Posts

Showing posts from May, 2021

Higher Secondary পৰীক্ষা পাছ কৰি কি কৰ্চত admission লব? Rakibul Islam Salafi

Image
Higher Secondary পৰীক্ষা পাছ কৰি কি কৰ্চত admission লব? বহু ছাত্ৰ-ছাত্ৰীৰ H.S. পাছ কৰি কি course ত এডমিচন লব সেই সিদ্ধান্ত লবলৈ অসুবিধা হয় l বহুক্ষেত্ৰত অভিভাৱক বা শিক্ষাগুৰুসকলেও সহায় কৰাত অপাৰগ হোৱা দেখা যায় l যোৱাকেইদিনত বহুকেইজন অভিভাৱকৰ দিহা পৰামৰ্শ বিচাৰি ফোন পালো l সেয়েহে কাৰোবাৰ অকমান হলেও সহায় হব বুলি এই পষ্টটো লিখিবলৈ ললো l সচৰাচৰ Science ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰথমে Medical বা Engineering পঢ়াৰ টাৰগেট কৰে l নহলে Arts আৰু Commerce ৰ ছাত্ৰ-ছাত্ৰীৰ দৰে সাধাৰণ graduation (B.Sc.) কৰে l  Engineering ত তিনিটা লেভেলৰ কৰ্চ থাকে: ITI, Diploma আৰু Degree (B Tech/B.Arch/B.Planning). সাধাৰণতে H.S. পাচ কৰি শেষৰ দুটা কৰ্চ কৰে l B Tech কৰিবলৈ অসমতে চৰকাৰী আৰু বেচৰকাৰী মিলাই প্ৰায় দহ খন মান Engineering College আছে l প্ৰধানতে JEE বা CEE বাচনি পৰীক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী বাচনি কৰা হয় l অসমত চৰকাৰী polytechnic ৰ সংখ্যাও 20 ত কৈ অধিক l Central Institute of Plastic Engineering and Technology (CIPET) তো Diploma আৰু Degree কৰ্চ পঢ়াৰ সুবিধা আছে l উল্লেখযোগ্য যে Diploma পাছ কৰি পোনপটী...

টকাৰ দ্বাৰা ফিৎৰা আদায়ৰ ক্ষেত্ৰত উলামায়ে কেৰামৰ ফাতওৱা | Fitrah By Money

Image
টকাৰ দ্বাৰা ফিৎৰা আদায়ৰ ক্ষেত্ৰত উলামায়ে কেৰামৰ ফাতওৱা:  ▬💠▬▬💠▬▬💠▬▬💠▬▬💠▬ · পৰম কৰুণাময় অসীম দয়ালু মহান আল্লাহ’ৰ নামত আৰম্ভ কৰিছোঁ। যাৱতীয় প্রশংসা জগতসমূহৰ প্রতিপালক মহান আল্লাহ’ৰ কাৰণে। শতসহস্র দয়া ও শান্তি বর্ষিত হওক প্রাণাধিক প্রিয় নাবী মুহাম্মাদুৰ ৰাছূলুল্লাহ’ৰ প্রতি। অর্থ বা খাদ্যমূল্যৰ দ্বাৰা ফিৎৰা আদায় কৰাৰ ক্ষেত্ৰত ‘আলিমসকলে তিনিটা প্রসিদ্ধ মতত মতদ্বৈধতা কৰিছে। যেনে- #এক) অর্থ বা খাদ্যমূল্যৰ দ্বাৰা ফিৎৰা আদায় কৰিলে নহ'ব। ফিৎৰা খাদ্যদ্ৰব্যৰ দ্বাৰাই দিব লাগিব। এইটোৱেই অধিকাংশ বিদ্বানৰ অভিমত। এইটো মালিকী, শ্বাফি‘ঈ আৰু হাম্বালী মাযহাবৰ মত। [ইমাম ইবনু কুদামাহ (ৰাহিমাহুল্লাহ), আল-মুগনী; খণ্ড: ৪; পৃষ্ঠা: ২৯৫; দাৰু ‘আলামিল কুতুব, ৰিয়াদ কর্তৃক প্রকাশিত; হিজৰী ১৪১৮ চন/ইং ১৯৯৮ খ্রীষ্টাব্দ (৩য় প্রকাশ)] #দুই) অর্থ বা খাদ্যমূল্যৰ দ্বাৰা ফিৎৰা আদায় কৰিলেও হ’ব আৰু খাদ্যদ্রব্যতকৈ খাদ্যমূল্যৰ দ্বাৰা ফিৎৰা আদায় কৰাই উত্তম। এইটো হানাফী মাযহাবৰ মত। [ইমাম কাছানী (ৰাহিমাহুল্লাহ), বাদাই‘উছ ছানা’ই‘; খণ্ড: ২; পৃষ্ঠা: ৫৪৩; দাৰুল কুতুবিল ‘ইলমিয়্যাহ, বৈৰুত কর্তৃক প্রকাশিত; হিজৰী ১৪২৪ চন...