Popular posts from this blog
টকাৰ দ্বাৰা ফিৎৰা আদায়ৰ ক্ষেত্ৰত উলামায়ে কেৰামৰ ফাতওৱা | Fitrah By Money
টকাৰ দ্বাৰা ফিৎৰা আদায়ৰ ক্ষেত্ৰত উলামায়ে কেৰামৰ ফাতওৱা: ▬💠▬▬💠▬▬💠▬▬💠▬▬💠▬ · পৰম কৰুণাময় অসীম দয়ালু মহান আল্লাহ’ৰ নামত আৰম্ভ কৰিছোঁ। যাৱতীয় প্রশংসা জগতসমূহৰ প্রতিপালক মহান আল্লাহ’ৰ কাৰণে। শতসহস্র দয়া ও শান্তি বর্ষিত হওক প্রাণাধিক প্রিয় নাবী মুহাম্মাদুৰ ৰাছূলুল্লাহ’ৰ প্রতি। অর্থ বা খাদ্যমূল্যৰ দ্বাৰা ফিৎৰা আদায় কৰাৰ ক্ষেত্ৰত ‘আলিমসকলে তিনিটা প্রসিদ্ধ মতত মতদ্বৈধতা কৰিছে। যেনে- #এক) অর্থ বা খাদ্যমূল্যৰ দ্বাৰা ফিৎৰা আদায় কৰিলে নহ'ব। ফিৎৰা খাদ্যদ্ৰব্যৰ দ্বাৰাই দিব লাগিব। এইটোৱেই অধিকাংশ বিদ্বানৰ অভিমত। এইটো মালিকী, শ্বাফি‘ঈ আৰু হাম্বালী মাযহাবৰ মত। [ইমাম ইবনু কুদামাহ (ৰাহিমাহুল্লাহ), আল-মুগনী; খণ্ড: ৪; পৃষ্ঠা: ২৯৫; দাৰু ‘আলামিল কুতুব, ৰিয়াদ কর্তৃক প্রকাশিত; হিজৰী ১৪১৮ চন/ইং ১৯৯৮ খ্রীষ্টাব্দ (৩য় প্রকাশ)] #দুই) অর্থ বা খাদ্যমূল্যৰ দ্বাৰা ফিৎৰা আদায় কৰিলেও হ’ব আৰু খাদ্যদ্রব্যতকৈ খাদ্যমূল্যৰ দ্বাৰা ফিৎৰা আদায় কৰাই উত্তম। এইটো হানাফী মাযহাবৰ মত। [ইমাম কাছানী (ৰাহিমাহুল্লাহ), বাদাই‘উছ ছানা’ই‘; খণ্ড: ২; পৃষ্ঠা: ৫৪৩; দাৰুল কুতুবিল ‘ইলমিয়্যাহ, বৈৰুত কর্তৃক প্রকাশিত; হিজৰী ১৪২৪ চন...

Comments
Post a Comment