হিটালাৰৰ বিষয়ে ১৩টা দুৰ্ভগীয়া সত্য | ৰকিবুল ইছলাম ছালাফী
ধুনীয়া জাৰ্মানীখন ধংস কৰি টুকুৰা কৰাৰ লগতে বিশ্বক দ্বিতীয় মহাযুদ্ধৰ ফালে থেলি দিয়া অত্যন্ত ক্ৰুৰ হিটালাৰৰ বিষয়ে ১৩টা দুৰ্ভগীয়া সত্য - ১/হিটলাৰে নাৰীৰ লগত বিবাহ বহিৰ্ভূত সহবাস কৰি জনতাক অবিবাহিত বুলি পৰিচয় দিবলৈ ভাল পাইছিল। ২/হিটলাৰে এক বিশেষ ধৰ্ম্মৰ মানুহক দেশৰ শত্ৰু বুলি বিশ্বাস কৰিছিল আৰু দেশৰ মানুহক সেই কথা পতিয়ন নিয়াবলৈ বহুতো মিছা মিছা কথা, ইতিহাস বিকৃতি কৰি বৰ্ণনা কৰা আৰু কুট-কৌশল প্ৰয়োগ কৰিছিল। ৩/হিটলাৰ আৰু তেওঁৰ সমৰ্থকসকলে সমালোচনা সহ্য নকৰিছিল। ৪/হিটলাৰে নিজকে প্ৰচাৰ কৰিবলৈ সকলো ধৰণৰ প্ৰচাৰ যন্ত্ৰ, বাতৰিকাকত, আলোচনী আদি নিজৰ ফলীয়া কৰি কিনি লৈছিল। ৫/হিটলাৰে তেওঁৰ মতৰ বিৰোধীসকলক ধংস কৰিবলৈ মিছা অভিযোগত জেলত ভৰাইছিল, গুপ্ত ঘাটকৰ দ্বাৰা হত্যা কৰোৱাইছিল আৰু বিৰোধীসকলক দেশদ্ৰোহী হিচাবে অবিহিত কৰিছিল। ৬/হিটলাৰে ভাষনবোৰত জনতাক দেশৰ সকলো সমস্যা নোহোৱা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ৭/কিন্তু হিটলাৰ ক্ষমতালৈ অহাৰ পাছত কোনো সমস্যা সমাধান কৰা নাছিল, বৰং দেশখন ধ্বংসৰ মুখলৈ ঠেলি দিছিল। ৮/হিটলাৰৰ প্ৰচাৰৰ শ্লোগান আছিল -"gute tage kommen"(ভাল দিন আহিব)। ৯/হিটলাৰে নিজকে ভাল দেখাবলৈ...